Download Now Banner

This browser does not support the video element.

হেলেম: গহপুৰৰ হাৱাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অগ্নিশিখা সমদল

Helem, Biswanath | Sep 6, 2025
গহপুৰৰ হাৱাজানত আজি সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশত কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে অবৈধ বিদেশী ৰেহাই ২০২৫ এই আইনৰ বিৰোধীতা , কা' আইন বাতিলৰ দাবীত অগ্নিশিখা সমদল ওলিয়াই উত্তাল প্ৰতিবাদ কৰে। হাতে হাতে অগ্নিশিখা লৈই বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে অঞ্চলটোত।আৰক্ষী প্ৰশাসনৰ বাধা স্বত্বেও অগ্নিশিখা প্ৰতিবাদী সমদল কাৰ্যসূচী সম্পন্ন কৰে।
Read More News
T & CPrivacy PolicyContact Us