Install App
nabakumardekaorang
This browser does not support the video element.
ওদালগুৰি: ওৰাঙৰ পাঁচনৈত বি.পি.এফৰ বিশাল নিৰ্বাচনী প্ৰচাৰ ও যোগদান সভা,প্ৰায় সহস্ৰাধিক লোকৰ উপস্থিতিত দেৰশ ভোটাৰ UPPLদল এৰি যোগদান
Udalguri, Udalguri | Aug 30, 2025
*নতুন পানবাৰীৰ প্ৰায় ডেৰ শতাধিক বড়ো আৰু মুছলমান ভোটাৰে যোগদান কৰে BPF ত |* নিৰ্বাচনী সভা ও যোগদান কাৰ্যসূচীত উপস্থিত থাকে BPF দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কামাল আজাদ ডাঙৰীয়াৰ লগতে ওদালগুৰি জিলা বি.পি.এফৰ সাধাৰণ সম্পাদক শ্বাহআলম, ৰৌতা ব্লক কমিটিৰ উপ সভাপতি ভদ্ৰেশ্বৰ বসুমতাৰী ও সম্পাদক ভাস্কৰ কছাৰী ডাঙৰীয়া। যোগদান সভাত বি.পি.এফৰ সাধাৰণ সম্পাদক কামাল আজাদৰ ভাষণে স্পষ্ট কৰে যে বি.পি.এফ দল সদায় জনহিতাৰ্থে আছিল আৰু আগলৈও থাকিব ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!