This browser does not support the video element.
সোণাৰি: শিঙৰাজান বাগিচা খেলপথাৰত আদিবাসী যুৱ ছাত্ৰ সন্থাৰ আগন্তুক কৰম পূজাৰ লাই খোঁটা স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
Sonari, Charaideo | Sep 7, 2025
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ শিঙৰাজান চাহ বাগিচাৰ খেলপথাৰত আগন্তুক ১৭ আৰু ১৮ ছেপ্টেম্বৰত আদিবাসী যুৱ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা কৰম পূজা ও উৎসৱ উদযাপনৰ আজি পবিত্ৰ লাইখোঁটা স্থাপন কৰা হয়। শিঙৰাজান চাহ বাগিচাৰ খেলপথাৰত কৰম পূজাৰ লাইখুটা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। আজিৰ লাইখোঁটা স্থাপন অনুষ্ঠানত সংগঠনটোৰ সভাপতি চন্দন ঘাটোৱাৰ, সম্পাদক সুৰেন্দ্ৰ গোৱালা,অসম চাহ মজদুৰ সংঘৰ শিঙৰাজান গোটৰ সভাপতি তথা উদযাপন সমিতিৰ সম্পাদক অমিৰ মুণ্ডা, উদযাপ