Download Now Banner

This browser does not support the video element.

ডবকাত নিশা আৰক্ষীৰ জালত এজন ড্ৰাগছ সৰৱৰাহকাৰী, আৰক্ষীৰ তদন্ত অব্যাহত

Doboka, Hojai | Sep 10, 2025
ডবকাৰ কান্সি বজাৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন ড্ৰাগছ সৰৱৰাহকাৰীক।আৰক্ষীয়ে আটক কৰা ড্ৰাগছ্‌ সৰৱৰাহকাৰী জনৰ নাম তাজ উদ্দিন বুলি জানিব পৰা গৈছে।আৰক্ষীৰ অভিযানত সৰৱৰাহকাৰী জনৰ পৰা উদ্ধাৰ ৬টাকৈ ড্ৰাগছ্ ভৰ্তি কণ্টেইনাৰ, এটা মৱাইল ফোন আৰু লগতে জব্দ এখন অট' বাহন।আৰক্ষীয়ে ড্ৰাগছ সৰৱৰাহকাৰী জনক আটক কৰি আৰম্ভ কৰিছে তদন্ত ।
Read More News
T & CPrivacy PolicyContact Us