Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকাৰ অভিযোগত ৭ গৰাকী লোকক ঢেকীয়াজুলিৰ পৰা গ্ৰেপ্তাৰ ঢেকীয়াজুলি আৰক্ষীৰ

Dhekiajuli Part, Sonitpur | Aug 26, 2025
চাইবাৰ ক্ৰাইমৰ লগত জৰিত থকৰা অভিযোগত ৭ গৰাকী লোকক গ্ৰেপ্তাৰ ঢেকীয়াজুলি আৰক্ষীৰ ৷ এই সন্দৰ্ভত মংগলবাৰে দিনৰ ১১ বজাত ঢেকীয়াজুলি আৰাক্ষী থানাত মন্তব্য ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গব মণি দাসৰ ৷ উল্লেখ্য যে বিগত কিছুদিনৰ পৰা এটা চক্ৰই ঢেকীয়াজুলিৰ বিভিন্ন অঞ্চলৰ বিভিন্নজনৰ বেংক একাউণ্টৰ পৰা অতি কৌশলেৰে ধন সৰকাইছিল ৷ যদিও এই চাইবাৰ চক্ৰটোৰ ৭ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী ৷
Read More News
T & CPrivacy PolicyContact Us