Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত সুধাকন্ঠৰ জন্ম শতবৰ্ষ উদযাপন, উপস্থিত বিধায়ক ভবেশ কলিতা
Rangia Part, Kamrup | Sep 8, 2025
সোমবাৰে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত সুধাকন্ঠৰ জন্ম শতবৰ্ষ উদযাপন। উপস্থিত বিধায়ক ভবেশ কলিতা। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱৰ বছৰ জোৰা জন্ম শতবাৰ্ষিক উদযাপন অনুষ্ঠান। বহু বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন শতবৰ্ষ উপলক্ষে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!