Download Now Banner

This browser does not support the video element.

সোণাৰি: চৰাইদেউ জিলাৰ চলপথাৰ শ্যাম গাৱৰ বৌদ্ধধৰ্মী ৰাইজে অনুষ্ঠিত কৰিলে তিনিমাহ ধৰি পালন কৰি অহা বৰ্ষাব্ৰতৰ সামৰণি অনুষ্ঠান

Sonari, Charaideo | Oct 7, 2025
যোৱা কালিৰ পৰা চলাপথাৰ শ্যাম গাঁৱত "পট ৱা" উদযাপন। উলহ মালহেৰে বৌদ্ধ ধৰ্মাৱবলম্বী সক লেবিগত তিনিমাহ ধৰি পালন কৰি অহা বৰ্ষাব্ৰতৰ সামৰণি পৰে ।এই উপলক্ষে অসম আৰু অৰুণাচলৰ বৌদ্ধধৰ্মী ৰাইজৰ লগতে চৰাইদেউ জিলাৰ চলপথাৰ শ্যাম গাৱৰ বৌদ্ধধৰ্মী ৰাইজেও বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ।বৰ্ষাব্ৰত হৈছে বৌদ্ধধৰ্মলোকসকলে প্ৰতিবছৰে আহাৰী পূৰ্ণিমাৰ পৰা আহিনী পূৰ্ণিমালৈকে পালন কৰা ধৰ্মীয় আচাৰ আৰু ধৰ্মীয় অনুশাসন ।এই সময়চোৱাত প্ৰতিসপ্তাহৰ একোটি দিনত বৌদ্ধধৰ্মীলোকসকলে বৌদ্ধ বিহাৰলৈ নিয়মীয়াকৈ যা
Read More News
T & CPrivacy PolicyContact Us