Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত এজন লোকৰ পৰা এটিএম সলনি কৰি দুৰ্বৃত্তই লুটিলে ১লাখ ৬হাজাৰ টকা ৰঙিয়া থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

Rangia Part, Kamrup | Aug 23, 2025
ৰঙিয়াত এগৰাকী লোকৰ পৰা এটিএম সলনি কৰি দুৰ্বৃত্তই লুটিলে ১লাখ ৬হাজাৰ টকা। শনিবাৰে ৰঙিয়া থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। এই ঘটনা সংঘটিত হয় ১৯ আগষ্টত। এটিএমত ধন উলিওৱাৰ পিছতে দুষ্টচক্ৰই atm সলনি কৰি সৰকাই নিলে ১লাখ ৬হাজাৰ টকা।
Read More News
T & CPrivacy PolicyContact Us