Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: এজাক মুষলধাৰ বৰষুণত মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিবেশ,শ শ গাড়ী আবদ্ধ লখৰাত,যাত্ৰীৰ মাজত হাহাকাৰ
Guwahati, Kamrup Metropolitan | Aug 28, 2025
এজাক মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সাগৰ সদৃশ পৰিবেশ। বৃহস্পতিবাৰে শ শ গাড়ী আবদ্ধ লখৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন যাত্ৰী সকল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!