This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিটিচি নিৰ্বাচন অপৰাধমুক্ত হ'ব লাগে কোকৰাঝাৰ চহৰত আহি আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিংৰ মন্তব্য
Kokrajhar Part, Kokrajhar | Aug 23, 2025
বিটিচি নিৰ্বাচন শান্তি পৰিস্থিতিৰ মাজত অপৰাধমুক্ত হ'ব লাগে, এনেকৈ দাবি কৰে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিংই। আগন্তুক বিটিচি নিৰ্বাচনকলৈ আইন শৃংখলাজনিত পৰিস্থিতিৰ বুজ লবলৈ শনিবাৰে আবেলি ৪ বজাত কোকৰাঝাৰত উপস্থিত হয় প্ৰকাশ কৰে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিংই। হৰমিত সিঙে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত বিটিচিৰ আৰক্ষী মহাপৰিদৰ্শক, আৰক্ষী অধীক্ষক , অতিৰিক্ত আৰক্ষী অধীক্ষক , উপ-আৰক্ষী অধীক্ষকসৈতে আলোচনাত বহে।