Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: বাক্সাৰ বেলগুৰি UPPL দলৰ সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়ো উপস্থিত হৈ ICDS আৰু শিশু উদ্যান শুভ উদ্বোধন কৰে।
Jalah Part, Baksa | Aug 25, 2025
বাক্সাৰ বেলগুৰি UPPL দলৰ সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়ো উপস্থিত হৈ ICDS আৰু শিশু উদ্যান শুভ উদ্বোধন কৰে। ICDS কেন্দ্ৰ মুকলি কৰাৰ পিছতেই সংবাদ মাধ্যমৰ আগত জনায় বেলগুৰি অঞ্চলৰ ৰাইজৰ এই কেন্দ্ৰৰ দ্বাৰা উপকৃত হ ব। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে UPPL দলৰ সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়ো, বিটিআৰৰ চৰকাৰৰ ইএম গৌতম দাস আৰু বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!