This browser does not support the video element.
বিশ্বনাথ: নগৰত সদৌ অসম ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্যসূচী, আছু নেতাৰ প্ৰতিক্ৰিয়া
Biswanath, Biswanath | Sep 4, 2025
ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সমান্তৰালকৈ বিশ্বনাথ নগৰৰ শ্বহীদ ভৱনৰ সন্মুখত পুৱা ৬ বজাৰ পৰা অনশনত বহিল আছুৰ কৰ্মীসকল । কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা জাননীৰ পাছতে এই প্ৰতিবাদ আছুৰ । অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ন কৰি অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত ১১ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন আছুৱে ।