Download Now Banner

This browser does not support the video element.

কদম: কদম ন ভঙনীয়াত কাকৈ নৈৰ তীব্ৰ গৰাখহনীয়া, খহনীয়াত জাহ গৈছে বহু গছ গছনী, জাহ জোৱাৰ উপক্ৰম কেইবাটাও পৰিয়ালৰ বাসগৃহ

Kadam, Lakhimpur | Aug 31, 2025
লখিমপুৰ জিলাৰ কদম ন ভঙনীয়াত দেওবাৰে কাকৈ নৈৰ তীব্ৰ গৰাখহনীয়া ।ইতিমধ্যে খহনীয়াত জাহ গৈছে বহু গছ গছনী । জাহ জোৱাৰ উপক্ৰম কেইবাটাও পৰিয়ালৰ বাসগৃহ । খহনীয়াৰ কবলত পৰা ৰাইজে শীৰ্ঘে কাকৈ নৈৰ খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।
Read More News
T & CPrivacy PolicyContact Us