Download Now Banner

This browser does not support the video element.

সোণাৰি: জুবিন ফেন ক্লাব আৰু চৰাইদেউ বাসীয়ে জুবিন গাৰ্গৰ বৰহাটৰ ঘৰত ৰাজহুৱা আদ্যশ্ৰাদ্ধ পতালৈ সোণাৰিত আয়ুক্তৰ সৈতে কৰিলে আলোচনা

Sonari, Charaideo | Oct 5, 2025
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বৰহাটত যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নিজা ককাৰ ঘৰ। সেই হেতুকে বৃহত্তৰ বৰহাট বাসী ৰাইজ আৰু চৰাইদেউ জিলা জুবিন ফেন ক্লাবে অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ এক আয়োজন কৰাৰ মনস্থ কৰিছে। লগতে মহান কণ্ঠশিল্পী গৰাকীৰ যিহেতু পুৰণি ঘৰ বৰহাটতে সেই গতিকে চৰাইদেউ বাসী তথা জুবিন ফেন ক্লাবে হাৰ্টথ্ৰৱ গৰাকীৰ অস্থি সোণাৰিত আনিবলৈও এক অনুৰোধ জনাই অসমৰ মুখ্যমন্ত্ৰীলৈ। বৰহাটত অনুষ্ঠিত হ'ব লগা ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আলোচনাৰ
Read More News
T & CPrivacy PolicyContact Us