Download Now Banner

This browser does not support the video element.

গোলাঘাট: চাৰিঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিভাগ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত ঢেকিয়ালত ৰাজহুৱা প্ৰতিবাদী সভা

Golaghat, Golaghat | Aug 30, 2025
চাৰিঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক বিভাগ স্থানান্তৰিত কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদত শনিবাৰে ঢেকিয়ালত বৃহৎ ৰাজহুৱা প্ৰতিবাদী সভা। বিয়লি প্ৰায় ৫ মান বজাত সামৰণি পৰা সভাত এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে বৃহত্তৰ ঢেকিয়াল অঞ্চলবাসীয়ে। উল্লেখ্য যে, ঢেকিয়াল তিনিআলিস্থিত চাৰিঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিৰ ব্লক বিভাগটো খুমটাইলৈ স্থানান্তৰ কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতাৰে আজি একত্ৰিত হয় শ শ ৰাইজ।
Read More News
T & CPrivacy PolicyContact Us