Download Now Banner

This browser does not support the video element.

কদম: কুছিয়ামাৰী তিনি আলিত অনন্ত পুথিভঁৰাল ও যুৱক সংঘৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ উদযাপন

Kadam, Lakhimpur | Sep 8, 2025
আজি সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী জন্ম জয়ন্তী।লখিমপুৰ জিলাৰ অনন্ত পুথিভঁৰাল ও যুৱক সংঘৰ উদ্যোগত কুছিয়ামাৰীৰ কোষেশ্বৰ ঠেঙ্গাল আৰু বুলু ঠেঙ্গাল তিনিআলিত সোমবাৰে সন্ধিয়া সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰালভাৱে বিভিন্ন নৃত্য প্ৰদৰ্শনী কাৰ্য্যসূচী অনুষ্ঠিত হয় ।
Read More News
T & CPrivacy PolicyContact Us