Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নগৰত ছৈয়দা হামিদৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত অসমীয়া যুৱ মঞ্চ জিলা সমিতিৰ

North Lakhimpur, Lakhimpur | Aug 26, 2025
উত্তৰ লখিমপুৰত নগৰত ছৈয়দা হামিদৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিৰ । ছৈয়দা হামিদে বাংলাদেশীৰ সন্দৰ্ভত মন্তব্য কৰাৰ পিছতে ৰাজ্য সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । লখিমপুৰ নগৰত মঙ্গলবাৰে অসমীয়া যুৱ মঞ্চ লখিমপুৰ জিলা সমিতিয়ে ছৈয়দা হামিদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ছৈয়দা হামিদৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিবেশ উত্তাল কৰি তুলে সংগঠনটোৱে ।
Read More News
T & CPrivacy PolicyContact Us