Download Now Banner

This browser does not support the video element.

ওদালগুৰি: জিলা সদৰত শিক্ষক দিৱস উপলক্ষে ওদালগুৰিত ৰাজ্যপালৰ প্ৰশস্তি পত্ৰ প্ৰদানৰ অনুষ্ঠানত আয়ুক্ত পুলক পাটগিৰীৰ অংশগ্ৰহণ

Udalguri, Udalguri | Sep 5, 2025
*শিক্ষক দিৱস উপলক্ষে ওদালগুৰিত ৰাজ্যপালৰ প্ৰশস্তি পত্ৰ প্ৰদান* ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষ্যে উৎযাপন কৰা শিক্ষক দিৱসৰ মহান ক্ষণত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শিক্ষক সকলৰ সন্মানাৰ্থে গোটেই ৰাজ্যতে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। মহান শিক্ষক সকলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সু-স্বাস্থ্য কামনা কৰি তেওঁ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক সকলক বিশেষ প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰে , যি কাৰ্যসূচী ওদালগুৰি জিলাতো ৰূপায়ন কৰা হয় ।
Read More News
T & CPrivacy PolicyContact Us