Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বিশ্বজিৎ দৈমাৰীই আমেৰিকাৰ প্ৰেচিদেন হব, চাকাতিত হাগ্ৰামা মহিলাৰী ৰ বিশ্বজিৎ দৈমাৰীৰ উপৰত মন্তব্য

Kokrajhar Part, Kokrajhar | Sep 13, 2025
অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীই বিটিআৰ ৰ পৰবৰ্তী প্ৰধান হোৱাৰ কথাৰ উপৰত প্ৰতিক্ৰিয়া বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীই বিশ্বজিৎ দৈমাৰী আমেৰিকাৰ প্ৰেছিডেন হয়। বিজেপি দলে আমেৰিকা ৰ প্ৰেছিডেন কৰিব। আৰু বিটিচি ত কীয় আহিব বুলি মন্তব্য কৰে। শনিবাৰে আবেলি ৫ বজাত চালাকাতি ত বিপিএফ ৰ প্ৰাৰ্থী দেৰহাচাদ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি এনে মন্তব্য কৰে। লগতে ভি চি ডি চি সম্পৰ্কে কয় আগত পঞ্চায়তক উঠাই লোক ইয়াৰ পিছত ভি চি ডি চি ভংগ হব।
Read More News
T & CPrivacy PolicyContact Us