Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ মেধিপাম পথাৰ গাঁৱৰ পথাৰত পৰিথকা অৱস্থাত এগৰাকী লোকৰ মৃতদেহ উদ্বাৰ
Dhekiajuli Part, Sonitpur | Sep 1, 2025
ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ মেধিপাম পথাৰ গাঁৱৰ পথাৰত পৰিথকা অৱস্থাত এগৰাকী লোকৰ মৃতদেহ উদ্বাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে তৰাজান গাঁৱৰ নগেন দাস নামৰ লোকজনৰ মৃতদেহ আজি উদ্ধাৰ হয় মেধিপাম পথাৰ গাঁৱৰ পথাৰত ৷ ইতিমধ্যে ঢেকীয়াজুলি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰাম্ভ কৰিছে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!