Install App
ziaulali
This browser does not support the video element.
বিহপুৰীয়া: পিঠাগুৰিত অবৈধ চুলাইৰ বিৰুদ্ধে বান্দৰদেৱা আৰক্ষীৰ অভিযান,নষ্ট কৰে প্ৰায় তিনি শ লিটাৰ চুলাই মদ
Bihpuria, Lakhimpur | Sep 9, 2025
অবৈধ চুলাই মদৰ বিৰুদ্ধে পিঠাগুৰিত লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষীৰ অভিযান চলাই মঙ্গলবাৰে । বান্দৰদেৱা আৰক্ষী থানাৰ IC অৰূপ বাহাদুৰ থাপাৰ নেতৃত্বত চলোৱা এই অবৈধ চুলাই বিৰোধী অভিযানত প্ৰায় ৩০০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে কেইবাটাও চুলাই ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় বান্দৰদেৱা আৰক্ষীয়ে পিঠাগুড়ি অঞ্চলত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!