Download Now Banner

This browser does not support the video element.

গুৱাহাটী: মা কামাখ্যা দেৱালয়ত অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকেৰ,পৰিয়ালৰ সৈতে আশিস গ্ৰহণ পদকজয়ী শ্বুটাৰ মনু ভাকেৰৰ

Guwahati, Kamrup Metropolitan | Sep 3, 2025
বুধবাৰে মা কামাখ্যা দেৱালয়ত অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকেৰ। মা কামাখ্যাত পৰিয়ালৰ সৈতে আশিস গ্ৰহণ পদকজয়ী শ্বুটাৰ মনু ভাকেৰৰ। আজি বিয়লি ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব মনু ভাকেৰে।
Read More News
T & CPrivacy PolicyContact Us