Install App
publicamguri
This browser does not support the video element.
নাজিৰা: দিখৌ দলঙৰ সমীপতে সংঘ*টি*ত হ'ল দু*ৰ্ঘ*ট*না ,পথৰ পৰা তললৈ বাগৰি পৰিল এখন বাহন
Nazira, Sivasagar | Sep 10, 2025
বুধবাৰে পুৱাদিখৌ দলঙৰ সমীপতে সংঘ*টি*ত হ'ল এক পথ দু*ৰ্ঘ*ট*না পথৰ দুয়োকাষে ৰেলীঙৰ সু-ব্যৱস্থা নথকাৰ ফলত পথৰ কাষৰ পৰা তললৈ খহি পৰিল এখন বাহন।কোনো লোক হতাহত হোৱা নাই যদিও বাহন খনৰ ক্ষতিসাধন হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!