Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰস্থিত বন্ধন বেংক নলবাৰী শাখাৰ শাখা পৰিচালক হেমেন শৰ্মাক গ্ৰেপ্তাৰ

Nalbari, Nalbari | Aug 8, 2025
বন্ধন বেংক নলবাৰী শাখাৰ শাখা পৰিচালক হেমেন শৰ্মাক গ্ৰেপ্তাৰ কৰে৷কোটিটকীয়া কেলেংকাৰীত সাঙোৰ খাই পৰিছিল শাখা পৰিচালক গৰাকীৰ নাম৷ইতিমধ্যে বেংকটোৰ কোটিটকীয়া কেলেংকাৰীক লৈ বাগসাৰ মুছলপুৰ থানাৰ গোচৰৰ ভিত্তিত চলি আছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us