Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ ৰাধাকৃষ্ণ মন্দিৰত অনুষ্ঠিত কৰা শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ অনুষ্ঠানৰ লগতে সমূহ কাৰ্যসূচীৰ সামৰণি

Dhekiajuli Part, Sonitpur | Aug 22, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিৰ  শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰত অনুষ্ঠিত কৰা শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ অনুষ্ঠান লগতে সমূহ কাৰ্যসূচী শুক্ৰবাৰে নিশা ৮ বজাত সামৰণি পৰে ৷ উল্লেখ্য যে ভক্ত সকলে এক আধ্যাত্মিক পৰিবেশৰ মাজৰে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী ৰাধাকৃষ্ণ মন্দিৰত শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ অনুষ্ঠান,হৰিনাম কীৰ্তনৰ লগতে বিগত কেইবাদিনো ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷ ভক্ত সকলে নিয়মনীতিৰ মাধ্যমেৰে শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ সফল সামৰণি পেলালে ৷
Read More News
T & CPrivacy PolicyContact Us