This browser does not support the video element.
তেজপুৰ: বিহগুৰিৰ বৰডুবিয়া গাঁৱৰ বাসিন্দা জগন্নাথ হাজৰিকাৰ পিতৃৰ মৃত্যুৰ খবৰ পাই তেখেতৰ ঘৰত উপস্থিত বিধায়ক গনেশ কুমাৰ লিম্বু
Tezpur, Sonitpur | Sep 6, 2025
ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা তথা বৰডুবিয়া গাঁৱৰ বাসিন্দা জগন্নাথ হাজৰিকাৰ পিতৃৰ মৃত্যুৰ খবৰ পাই শনিবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত তেখেতৰ বাসগৃহত উপস্থিত হয় বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ বিধায়ক গনেশ কুমাৰ লিম্বু জগন্নাথ হাজৰিকাৰ ঘৰত উপস্থিত হৈ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আজি বিধায়ক গনেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো উপস্থিত থাকে ৷