Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উপস্থিত হৈ সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি মন্ত্ৰী অশোক সিংহলৰ
Dhekiajuli Part, Sonitpur | Oct 5, 2025
দেওবাৰে পুৱা অনুমানিক ১০ বাজি ৩০ মিনিটত ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উপস্থিত হৈ সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে ৷ উল্লেখ্য যে সকলোৰে প্ৰিয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে ৷ জুবিন অনুৰাগি সকলে ঠায়ে ঠায়ে প্ৰিয় কণ্ঠশিল্পী গৰাকীক অন্তৰৰ পৰা জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!