This browser does not support the video element.
সৰুপথাৰ: উৰিয়ামঘাট সীমান্তৰ বিদ্যাপুৰত অসমৰ বনমন্ত্ৰী, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মাজত জৰুৰী সভা
Sarupathar, Golaghat | Aug 23, 2025
উৰিয়ামঘাট সীমান্তৰ বিদ্যাপুৰত অসমৰ বনমন্ত্ৰী নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ উপস্থিতিত শনিবাৰে দুয়োখন ৰাজ্যৰ মাজত অনুষ্ঠিত এখনি জৰুৰী সভা বিয়লি প্ৰায় ৪.৩০ বজাত সামৰণি পৰে। দুয়োখন ৰাজ্যৰ যৌথ উদ্যোগত আজি গছ পুলি ৰোপনৰ কথা আছিল যদিও উক্ত কাৰ্যসূচী বাতিল কৰা হয় বুলি বিধায়ক বিশ্বজিত ফুকনে জানিবলৈ দিয়ে। অন্যহাতে উৰিয়ামঘাট সীমান্তত অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত বৃক্ষ ৰোপনো হ'ব বুলি অৱগত কৰে।