Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ৰৌতাত মাই ভাৰতৰ ব্লক পৰ্যায়ৰ খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত

Udalguri, Udalguri | Oct 9, 2025
ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত মাই ভাৰত, ওদালগুৰিৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা আৰু বেচিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ব্লক পৰ্যায়ৰ ক্ৰীড়াৰ ক্লাষ্টাৰ মিট প্ৰতিযোগিতা এখন অনুষ্ঠিত হৈ যায়। ধিপবিচাৰা পুষ্পাণ্জলী যুৱ সংঘৰ সহযোগত ল'ৰা আৰু ছোৱালীৰ উভয় শাখাতে অনুষ্ঠিত এই প্ৰতিযোগিতাখন আয়োজন কৰা হয় লাইলংপাৰা বিদ্যালয়ৰ খেলপথাৰত।‌ সেই অনুসৰি ল'ৰা আৰু ছোৱালীৰ শাখাত ১০০ আৰু ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতা, ল'ৰাৰ ভলীবল আৰু ছোৱালীৰ কাবাডী খেল হৈ যায়।
Read More News
T & CPrivacy PolicyContact Us