Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: বাইহাটাত বাইহাটা চাৰিআলি সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন
North Guwahati Part, Kamrup | Sep 8, 2025
সোমবাৰে বাইহাটাত বাইহাটা চাৰিআলি সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। বাইহাটা চাৰিআলিৰ ৰুৱেল লাইব্ৰেৰীত সাংবাদিক সন্থাৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!