This browser does not support the video element.
ডিফু: বোকাজানত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ
Diphu, East Karbi Anglong | Sep 13, 2025
শণিবাৰে দিনৰ প্ৰায় ১২ বাজি ৩০ মিনিটত বোকাজানৰ নিজা বাস ভৱনত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সৈতে মত বিনিময় কৰে বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে ৷ বোকাজান সমষ্টিৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ অভাৱ - অভিযোগবোৰৰ গুৰুত্ব সহকাৰে শুনে আৰু সেইবোৰ বিবেচনা ক্ৰমে পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি বিভিন্ন শ্ৰেণীৰ ৰাইজে ডাঃ নোমল মমিনক কাৰ্বি পহ'ৰে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয় ৷