Download Now Banner

This browser does not support the video element.

ডিফু: বনানীকৰণত ২০০ কোটি টকা আত্মসাৎ কৰাৰ কংগ্ৰেছ সভাপতি ৰতন ইংতিয়ে অভিযোগ, ডিফুত প্ৰতিক্ৰিয়া বিজেপিৰ মুখপাত্ৰ লাইচান ইংলেঙৰ

Diphu, East Karbi Anglong | Sep 2, 2025
মঙলবাৰে বিয়লি প্ৰায় ৪ বাজি ৩০ মিনিটত  কাৰ্বি জিলা  জিলা বিজেপিৰ মুখপাত্র লাইছান ইংলেঙে এক সংবাদমেল অনুষ্ঠিত কৰি জিলা কংগ্ৰেছৰ সভাপতি  ৰতন ইংতিয়ে জিলাখনত বনানীকৰণৰ নামত ২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ খণ্ডন কৰে ৷ ৰতন ইংতিৰ এই  এই দাবী সম্পূর্ণ ভূঁৱা আখ্যা দি ৰতন ইংতি বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি নহয় যেন এজন আৰটিআই কর্মী ৰূপেহে পৰিচিত হোৱা বুলি কটাক্ষ কৰে। পৰিষদৰ বন বিভাগলৈ বছৰি ১৫ কোটি টকা আবন্টন হয় বুলি দাবী কৰে৷
Read More News
T & CPrivacy PolicyContact Us