Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: নৱপুৰত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু

Biswanath, Biswanath | Sep 8, 2025
কাম কৰি অৱস্থাত কৰুণ দূৰ্ঘটনা ২৫ বছৰীয়া এজন যুৱকৰ । বিশ্বনাথৰ নৱপুৰৰ অজিত বৰাৰ এটি নিৰ্মীয়মান ঘৰত ঠিকাদাৰ ফকিৰ আলিৰ নেতৃত্বত নিয়োজিত যুৱক জনে কাম কৰি থকা অৱস্থাত বিদ্যুৎ ষ্পৃষ্ট হয় মৃত্যুক সাৱটি লয় ছফিকুল ইছলাম নামৰ যুৱক জনে। সম্প্ৰতি ছফিকুলৰ মৃতদেহ বিশ্বনাথ জিলা চিকিৎসালয়ত ৰখা হৈছে যদিও জিলা প্ৰশাসনীক বিষয়াৰ উপস্থিতিত মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বাবে যো-জা চলাই আছে । ইতিমধ্যে ঘটনা সংক্ৰান্তত বিশ্বনাথ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us