Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰবেগী বাহনৰ খুন্দাত গোধনৰ কৰুণ মৃত্যু

Dhekiajuli Part, Sonitpur | Sep 13, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰবেগী বাহনৰ খুন্দাত গোধনৰ কৰুণ মৃত্যু ৷ শনিবাৰে পুৱা ৯ বজাত স্থানীয় লোকৰ মন্তব্য ৷ উল্লেখ্য যে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাকি বাহনে গোধনক খুন্দিয়াই থৈ পলাই যায় ৷ ফলত থিতাতে মৃত্যু হয় গোধনৰ ৷ সেয়েহে এইক্ষেত্ৰত আৰক্ষীক ব্যৱস্থা লোৱাৰ দাবী স্থানীয় লোকৰ ৷
Read More News
T & CPrivacy PolicyContact Us