This browser does not support the video element.
সোণাৰি: কা বাতিলৰ দাবীত সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অগ্নি শিখা সমদল কাৰ্যসূচী
Sonari, Charaideo | Sep 6, 2025
কা বাতিলৰ দাবীত ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অগ্নি শিখা সমদল কাৰ্যসূচী। অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ ২০২৫ বাতিলৰ দাবীত সোণাৰিত বিশাল প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সোণাৰিত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ৰূপায়ন কৰে এই কাৰ্যসূচী। সংগঠনটোৰ প্ৰায় শতাধিক প্ৰতিবাদ কাৰীয়ে অংশগ্ৰহণ কৰে আজিৰ এই প্ৰতিবাদী