Install App
usr509065
This browser does not support the video element.
মৰাণ: ২৪ আগষ্টত তিনিচুকীয়া মুখ্যমন্ত্ৰী আগমনত ক’লা পতাকা প্ৰদশৰ্নৰ মৰাণত সংবাদমেল অনুষ্ঠিত কৰি হুংকাৰ আদিবাসী ছাত্ৰ সন্থা
Moran, Dibrugarh | Aug 22, 2025
আদিবাসী সকলক অৱহেলা কৰাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা । মৰাণত এক সংবাদমেল যোগে চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ ২৪ আগষ্টত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীক আগমনত ক’লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে সংগঠনটোৱে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!