Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: চহৰস্থিত হৰিমন্দিৰত অনুষ্ঠিত হৱ লগা নলবাৰী ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
Nalbari, Nalbari | Oct 9, 2025
৫ নৱেম্বৰৰ পৰা আৰম্ভ হব নলবাৰী হৰিমন্দিৰত নলবাৰী ৰাস মহোৎসৱ। নলবাৰীৰ ৰাস মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।উক্ত সময়ছোৱাত মন্দিৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!