Download Now Banner

This browser does not support the video element.

তেজপুৰ: প্ৰধানমন্ত্ৰীৰ মাতৃক অপমান কৰাৰ অভিযোগ তুলি শোণিতপুৰ জিলাৰ তেজপুৰস্থিত ৰাজীৱ ভৱন ঘেৰাও কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ দলে

Tezpur, Sonitpur | Sep 1, 2025
সোমবাৰে দিনৰ অনুমানিক ১২ বজাত শোণিতপুৰ জিলাৰ তেজপুৰস্থিত ৰাজীৱ ভৱন ঘেৰাও কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ দলে ৷ কংগ্ৰেছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাতৃক অপমান কৰাৰ অভিযোগ তুলি ভাৰতীয় জনতা পাৰ্টিৰ দলে আজি তেজপুৰস্থিত ৰাজীৱ ভৱন ঘেৰাও কৰিলে ৰাজীৱ ভৱন ৷ কংগ্ৰেছ দলে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে বিজেপি। আনকি কংগ্ৰেছ দলে নাৰী সমাজক লৈ ভৱিষ্যতে এনে মন্তব্য নকৰিবলৈ আজি সকীয়নি বিজেপি দলৰ প্ৰতিবাদকাৰীৰ ৷
Read More News
T & CPrivacy PolicyContact Us