Download Now Banner

This browser does not support the video element.

নগৰবেৰা: নগৰবেৰাৰ ২নং টুপামাৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড, কনমানি পুত্ৰক অপহৰণ স্বামী আৰু দেওৰেকৰ খুৰাকক আটক কৰে আৰক্ষীয়ে

Nagarbera, Kamrup | Aug 23, 2025
নগৰবেৰাৰ ২নং টুপামাৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। মাতৃৰ বুকু উদং কৰি কনমানি শিশু পুত্ৰক অপহৰণ স্বামী আৰু দেওৰেকৰ। শনিবাৰে ঘটনা সন্দৰ্ভত খুৰাকক আটক কৰে আৰক্ষীয়ে।বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই অপহৃত শিশুটি।
Read More News
T & CPrivacy PolicyContact Us