This browser does not support the video element.
জলহ ভাগ: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Jalah Part, Baksa | Aug 31, 2025
২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা । আজি কংগ্ৰেছ মনোনীত প্ৰাৰ্থী ছফিউৰ ৰহমানে কয় যে মথনগুৰী সমষ্টি নিশ্চিত ভাৱে দখল কৰিম। আৰু প্ৰাৰ্থী গৰকীক দলীয় কাৰ্যকৰ্তা সকলে সম্বৰ্ধনা জনায়।