সোমবাৰে দিনৰ প্ৰায় ১২ মান বজাত ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ প্ৰথমখন কীৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ সভাখন পৌৰেহিত্য কৰে জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ৰতন ইংতিয়ে ৷ সভাত দলীয় স্থিতি শক্তিশালী কৰাৰ লগতে অনান্য গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে সভাত জিলা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সদস্য আৰু শীৰ্ষ নেতৃবৰ্গ উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷