This browser does not support the video element.
নাজিৰা: মেজেঙাত ৰে'লৰ খুন্দাত থিতাতে নিহত বাৰেঘৰ সত্ৰৰ এজন লোক
Nazira, Sivasagar | Jun 12, 2025
বৃহস্পতিবাৰে পুৱা মেজেঙাত ৰেলৰ খুন্দাত থিতাতে নিহত হল বাৰেঘৰ সত্ৰৰ এজন ব্যক্তি।বৃহস্পতিবাৰে পুৱা নাজিৰাৰ মেজেঙাৰ ৰেল পথত এজন ব্যক্তিক ৰেলে খুন্দিওৱাৰ ফলত ব্যক্তিজনৰ থিতাতে মৃত্যু হয়।ব্যক্তিজন বাৰেঘৰ সত্ৰৰ বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত বৃহস্পতিবাৰে পুৱা ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।এইয়া এক দুৰ্ঘটনা নে আত্মহননৰ পথ সেইয়া স্পষ্টভাৱে জানিব পৰা হোৱা নাই।