Download Now Banner

This browser does not support the video element.

ছয়গাঁও: চণ্ডিকা দেৱালয়ত অনুষ্ঠিত দূৰ্গা পূজাত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Chhaygaon, Kamrup | Sep 30, 2025
অসমৰ ঐতিহাসিক ছয়গাঁও শ্ৰী শ্ৰী মা চণ্ডিকা দেৱালয়ত বিগত বৰ্ষৰ দৰে এই বেলিও উলহ মালহেৰে অনুষ্ঠিত হৈছে দুৰ্গা পূজা। এই পূজা ভাগত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাবেশ ঘটে কিয়নো এইখন অসমৰ ভিতৰতে শক্তিপীঠ হিচাপে পৰিচিত।
Read More News
T & CPrivacy PolicyContact Us