Download Now Banner

This browser does not support the video element.

সোণাৰি: মন্ত্ৰী,বিধায়কৰ উপস্থিতিত জিলা আয়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসনৰ সৈতে কেইবাটাও বিষয়ত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ আলোচনা

Sonari, Charaideo | Sep 5, 2025
আজি চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ সৈতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হয়। এই আলোচনা সভাত আয়ুক্ত ডঃ নেহা যাদৱৰ উপস্থিতিত বিশেষকৈ অৰুণোদয় - ৩,বিশ্ব বিশ্ৰুত শিল্পী ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি চৰকাৰী ৰূপে উদযাপন,দিনদয়াল পানিকা শিক্ষা বৃত্তি আৰু জিলা খনৰ সামগ্ৰিক উন্নয়ন সম্পৰ্কে বিস্তৃত আলাপ-আলোচনা অনুষ্ঠিত কৰা হয়। জনগণৰ হিতৰ বাবে আগবঢ়োৱা এই পদক্ষেপ
Read More News
T & CPrivacy PolicyContact Us