Download Now Banner

This browser does not support the video element.

গুৱাহাটী: জালুকবাৰীত মৃতদেহ উদ্ধাৰ,দিপৰ বিলৰ সমীপত উদ্ধাৰ সাত মাইলৰ নুৰ আলিৰ মৃতদেহ

Guwahati, Kamrup Metropolitan | Aug 28, 2025
বৃহস্পতিবাৰে জালুকবাৰীত মৃতদেহ উদ্ধাৰ।দিপৰ বিলৰ সমিপত উদ্ধাৰ সাত মাইলৰ নুৰ আলিৰ মৃতদেহ। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী আৰু SDRF ৰ লোক আহি উপস্থিত হৈ পাৰলৈ উঠাই মৃতদেহটো।
Read More News
T & CPrivacy PolicyContact Us