This browser does not support the video element.
কদম: ছিয়াজুলীৰ দীৰ্ঘা নৈত কৰম উৎসৱ উদযাপনৰ জাৱা উঠোৱা কাৰ্য্যসূচী
Kadam, Lakhimpur | Aug 31, 2025
লখিমপুৰ জিলাৰ ছিয়াজুলী চাহ বাগিছাত অনুষ্ঠিত হ'ব কৰম উৎসৱ উদযাপন অনুষ্ঠান। কৰম উৎসৱ উদযাপন অনুষ্ঠান উপলক্ষে দেওবাৰে দীৰ্ঘা নৈত জাৱা উঠোৱা কাৰ্য্যসূচী অনুষ্ঠিত হয়। ছিয়াজুলী বাসী সমূহ ৰাইজৰ সৌজন্যত তথা ছিয়াজুলী চাহ বাগিছাৰ উদ্যোগত অনুষ্ঠিত হব ৬ ছেপ্টেম্বৰত এই কৰম উৎসৱ উদযাপন অনুষ্ঠান ।