Download Now Banner

This browser does not support the video element.

ডিফু: লাহৰিজানত সন্দেহযুক্ত হেৰইন সহ আটক এজন নগা সৰবৰাহকাৰী

Diphu, East Karbi Anglong | Aug 23, 2025
শনিবাৰে বিয়লি প্ৰায় ৬ বজাত অসম -নাগালেণ্ড সীমান্তৰ দুদুকলোনী টিলা বস্থিত সন্দেহজনক হেৰ'ইন সহ আৰক্ষীৰ জালত পৰে এজন ব্যক্তি সৰবৰাহকাৰী ৷ টিলা বস্থিৰ পৰা দুদুকলোনী অভিমুখে গৈ থকা এজন ব্যক্তিক আৰক্ষীয়ে সন্দেহবশত: তালাচি চলাই লোকজনৰ পৰা দুটা চাধা টেমাত মুখনিত লুকুৱাই অনা ৬০০ মিলি গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ খটখটী থানা এলেকাৰ লাহৰিজান বজাৰৰ পিছফালৰ আব্দুল খালেক সৰবৰাহকাৰী লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখি
Read More News
T & CPrivacy PolicyContact Us