Download Now Banner

This browser does not support the video element.

সোণাৰি: স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো বিদ্যুৎ সেৱা অবিহনে জীৱন নিৰ্বাহ কৰিছে বৰগুৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৰাইজে #jansamasya

Sonari, Charaideo | Jun 14, 2025
ভাৰত স্বাধীন হোৱা ৭৬ বছৰৰ পাছতো ঐতিহাসিক চৰাইদেউ জিলাৰ এটা অঞ্চলত বিজুলী অবিহনে দিন অতিবাহিত কৰিছে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ সাপেখাতী, বিহুবৰ চাহ বাগিচা অন্তৰ্গত বৰগুৰী গাওঁ পঞ্চায়ত, ৯ নং ৱাডৰ ৰাইজে। গাওঁখনৰ এই সমস্যাৰ ডিজিটেল ইণ্ডিয়াৰ বিপৰিত ছবিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সোণাৰি সমষ্টিৰ সাপেখাতী, বিহুবৰ চাহ বাগিচা অন্তৰ্গত বৰগুৰী গাওঁ পঞ্চায়ত, ৯ নং ৱাডৰ লোকসকল চৰকাৰখনৰ উন্নয়নে ধোকি নোপোৱা এই সকল লোকে প্ৰচণ্ড গৰমত দিন অতিবাহিত কৰিব লগা হৈছে।এতিয়াও
Read More News
T & CPrivacy PolicyContact Us