Download Now Banner

This browser does not support the video element.

সোণাৰি: সাপেখাতীত গো হত্যা, গৰু বধ কৰি অচিনাক্ত দুৰ্বৃত্তই মাংস লৈ যোৱাৰ সন্দেহ গৰুৰ গৰাকীৰ

Sonari, Charaideo | Aug 24, 2025
চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ চাহ বাগিচাত সংঘটিত হৈছে গো হত্যাৰ ঘটনা। কোনো দুৰ্বৃত্তই গো হত্যা কৰি অৰ্ধ মাংস লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে গৰুৰ গৰাকীয়ে।বিষ্ণুপুৰ চাহ বাগিচাৰ বাসিন্দা বীৰ নেৱাৰে নিজা গাইগৰু উক্ত বাগিছাখনৰ অমিত মূৰ্ম্মূক আধিত পুহিবলৈ দিছিল।সাপেখাতী অঞ্চলটোত সঘনাই গৰুচোৰ আদি ঘটনাই চিন্তিত কৰিছে গৃহস্থক। শুকুৰবাৰে অমিত মূৰ্ম্মূৱে নদীৰ কাষত এৰাল দিয়া ঠাইত গাইগৰু জনী বিচাৰি নাপাই চিন্তিত হৈ পৰে। গাইগৰুজনী কোনো অচিনাক্ত দুষ্ট লোকে
Read More News
T & CPrivacy PolicyContact Us