Download Now Banner

This browser does not support the video element.

গোলাঘাট: মেৰাপানীত মন্ত্ৰী অজন্তা নেওগৰ পুত্তলিকা দাহ, অসম নাগালেণ্ডৰ সীমা সমস্যা স্থায়ী সমাধানৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Golaghat, Golaghat | Sep 1, 2025
মেৰাপানীত সোমবাৰে সন্ধ্যা প্ৰায় ৭ বজাত মন্ত্ৰী অজন্তা নেওগৰ পুত্তলিকা দাহ। অসম নাগালেণ্ডৰ সীমা সমস্যা স্থায়ী সমাধানৰ দাবীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ কৰে কংগ্ৰেছে। মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্ত সমস্যাৰ স্থায়ী সমাধান, দৈয়াঙৰ ভুমি পট্টা প্ৰদান আৰু উচ্ছেদিতৰ পুনৰ সংস্থাপন বিছাৰি মেৰাপানীত গমাৰিগুৰি ব্লক কংগ্ৰেছে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ।
Read More News
T & CPrivacy PolicyContact Us